May 17, 2025 8:56 PM May 17, 2025 8:56 PM
3
কামৰূপৰ আমিনগাঁৱত নির্মীয়মাণ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ আমিনগাঁৱত নির্মীয়মাণ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়। ৩৮০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি থকা এই ষ্টেডিয়ামখনলৈ যোৱাৰ বাবে আই আই টিৰ দিশেৰে নতুন পথ নিৰ্মাণ আৰু পাৰ্কিঙৰ কাৰণে পর্যাপ্ত ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্রক নির্দেশ দিয়ে। এই ষ্টেডিয়ামখন সম্পূর্ণ হ'লে প্রায় ২০ হাজাৰ দর্শকে একেলগে খেল উপভোগ কৰিব পাৰিব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয়, যে ষ্টেডিয়...