January 13, 2026 6:21 PM

views 19

হিমাচল প্ৰদেশৰ চোলান জিলাত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ৪ জন শ্রমিকৰ মৃত্যুৰ লগতে ৫ জন সন্ধানহীন

হিমাচল প্ৰদেশৰ চোলান জিলাত কালি সংঘটিত এটা বিধ্বংসী অগ্নিকাণ্ডত ৪ জন শ্রমিকে প্রাণ হেৰুৱায় আৰু ৫ জন সন্ধানহীন হয়। জিলাখনৰ আৰ্কীত থকা পুৰণি বাছ ষ্টেণ্ডৰ সমীপত দূর্ঘটনাতো ঘটে। জিলা প্ৰশাসন আৰু কেইবাটাও দলে উদ্ধাৰ আৰু সাহায্য অভিযানত অংশগ্ৰহণ কৰিছে। ভুক্তভোগী লোকসকল নেপালৰ নাগৰিক আছিল বুলি জানিব পৰা গৈছে। আজি পুৱা এন ডি আৰ এফৰ এটা দল আৰু এটা দগ স্কোৱাদে উদ্ধাৰ অভিযান পুনৰ আৰম্ভ কৰে। মহকোমা দণ্ডাধিশ আৰ্কী নিশান্ত টোমাৰে কৈছে যে উদ্ধাৰ হোৱা অৱশিষ্টৰ চিনাক্তকৰণ ডি এন এ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছতহে...

September 9, 2025 2:38 PM

views 31

হিমাচল প্ৰদেশ আৰু পাঞ্জাব ভ্ৰমণ কৰি দুয়োখন ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশ আৰু পাঞ্জাব ভ্ৰমণ কৰি দুয়োখন ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ লৈছে। এই ভ্ৰমণসূচীৰ আৰম্ভণিতে পাঠানকোটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক ৰাজ্যখনৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অমন অৰোৰা আৰু জ্যেষ্ঠ বিষয়াবৰ্গই বিমান বন্দৰত আদৰণি জনায়। প্ৰথম পৰ্যায়ত তেওঁ হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ ধৰ্মশালাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ এখন উচ্চ পৰ্যায়ৰ বৈ...

October 9, 2024 7:15 PM

views 29

ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ সিদ্ধান্ত গগৈৰ সোণ, অভিনৱ গগৈৰ ৰূপ আৰু ইছাংফা গগৈৰ ব্ৰঞ্জৰ পদক অৰ্জন

হিমাচল প্ৰদেশত অনুষ্ঠিত ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ সিদ্ধান্ত গগৈয়ে সোণৰ পদকৰ লগতে অভিনৱ গগৈয়ে ৰূপ আৰু ইছাংফা গগৈয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ছিনিয়ৰ পুৰুষৰ ৬৭ কিলোগ্রাম ওজন শাখাত সিদ্ধান্তই সোণৰ পদক জয় কৰে। আনহাতে যুৱ ল'ৰাৰ ৬৭ কিলোগ্রাম ওজন শাখাত অভিনৱে ৰূপ আৰু ছোৱালীৰ ৫৫ কিলোগ্রাম ওজন শাখাত ইছাংফাই ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়।