May 31, 2024 12:03 PM

views 22

হিমাচল প্ৰদেশৰ চাৰিওখন লোকসভা আসন আৰু বিধানসভাৰ ছখন আসনৰ উপ-নির্বাচনৰ বাবে কালি নির্বাচনী প্ৰচাৰৰ সামৰণি

নির্বাচন হ'বলৈ বাকী থকা দেশৰ অন্যান্য লোকসভা সমষ্টিসমূহৰ লগতে হিমাচল প্ৰদেশৰ চাৰিওখন লোকসভা আসন আৰু বিধানসভাৰ ছখন আসনৰ উপ-নির্বাচনৰ বাবে কালি নির্বাচনী প্ৰচাৰৰ অন্ত পৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি মাণ্ডী সংসদীয় সমষ্টিৰ কাৰ্ছগ অঞ্চলত এখন নির্বাচনী প্ৰচাৰ সভাক সম্বোধন কৰে। একেদৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কুল্লু অঞ্চলত এখন জনসভাত ভাগ লয়। সভাত দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰো উপস্থিত আছিল । একেদৰে, উত্তৰ প্ৰদ...