June 11, 2025 9:22 AM
এখন উচ্চাকাংক্ষী আৰু সন্তুলিত ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ প্ৰতি ভাৰতৰ সমৰ্থনঃ ড০ এছ জয়শংকৰ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে চলিত বৰ্ষৰ শেষলৈ এখন উচ্চাকাংক্ষী আৰু সন্তুলিত ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা ব্যক্ত কৰিছে। বৈদেশিক পৰিক্ৰমা আৰ...