October 4, 2024 7:42 PM October 4, 2024 7:42 PM
10
১৪টাকৈ জিলা মেলেৰীয়া বিষয়া পদৰ নিযুক্তি বাতিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ আমোলৰ ১৪ টাকৈ জিলা মেলেৰীয়া বিষয়া পদৰ নিযুক্তি বাতিলৰ নিৰ্দেশ দিছে। এগৰাকী বঞ্চিত প্ৰাৰ্থীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে ১৪টাকৈ পদ বাচনিৰ তালিকা বাতিল কৰি নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। লোকসেৱা আয়োগে ২০১২ চনত স্বাস্থ্য বিভাগৰ অধীনত ১৪টাকৈ মেলেৰীয়া বিষয়া পদ বিজ্ঞাপন প্ৰকাশ কৰিছ...