February 3, 2025 6:55 PM February 3, 2025 6:55 PM

views 5

আলফা সংগঠনক অহা ৪ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হ’বলৈ অবৈধ কার্যকলাপ প্ৰতিৰোধ ট্রাইবুনেলৰ নিৰ্দেশ

কেন্দ্ৰীয় চৰকাৰে সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাৰ ওপৰত থকা নিষেধাজ্ঞা ২০২৪ চনৰ ২৭ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰু ৫ বছৰৰ বাবে বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত অবৈধ কার্যকলাপ প্ৰতিৰোধ ট্রাইবুনেলে আলফা সংগঠনক অহা ৪ মাৰ্চৰ বিয়লি ৩ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ জাৰি কৰিছে। অবৈধ কার্যকলাপ প্ৰতিৰোধ ট্রাইবুনেলৰ পঞ্জীয়কে সংশ্লিষ্ট আইনৰ ৪-২ ধাৰাৰ অধীনত যোৱা ২৮ জানুৱাৰীত নিষিদ্ধ সংগঠনটোলৈ কাৰণ দশোৱাৰ জাননী জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমালৈ গঠিত ট্র...