July 31, 2025 1:14 PM
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীত নামভৰ্তি কৰিলে নিয়মীয়া শিক্ষাৰ্থীৰ দৰে শ্ৰেণীত উপস্থিত থাকিব লাগিব
বিদ্যালয় শিক্ষা বিভাগৰ অনুমোদন নোপোৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা কোনো চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীত নামভৰ্তি কৰিব বিচাৰিলে নিয়মীয়া শিক্ষাৰ্থীৰ দৰে শ্ৰ...