January 6, 2026 12:05 PM
4
EPFO ক অহা চাৰি মাহৰ ভিতৰত EPFS ৰ অধীনত দৰমহাৰ সীমা সংশোধন সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা EPFOক অহা চাৰি মাহৰ ভিতৰত কৰ্মচাৰী ভৱিষ্য নিধি যোজনা EPFSৰ অধীনত দৰমহাৰ সীমা সংশোধন সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিবলৈ নিৰ্দেশ দিছে। বিগত ১১ বছৰ ধৰি কৰ্মচাৰীসকলৰ বেতন অপৰিৱৰ্তিত হৈ আছে। ন্যায়াধীশ জে কে মাহেশ্বৰী আৰু অতুল এছ ছন্দুৰকাৰক লৈ গঠিত এখন বিচাৰপীঠে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি এই নির্দেশ জাৰি কৰে। উল্লেখযোগ্য যে, দৰমহাৰ সৰ্বোচ্চ সীমাৰ কোনো পৰিৱৰ্তন নকৰাৰ ফলত শ্ৰমিকসকলৰ এটা বৃহৎ বর্গ EPFOৰ বাহিৰত থাকি গৈছে। স...