December 10, 2024 7:05 PM December 10, 2024 7:05 PM

views 5

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৯০ সংখ্যক জয়ন্তী পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৯০ সংখ্যক জয়ন্তী পালন কৰা হয়। জয়ন্তীৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰাৰ দাঁতিত প্ৰয়াত বৰুৱাদেৱৰ ব্ৰঞ্জৰ এটা পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি উন্মোচন কৰা হয় । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ নগেন শ‍ইকীয়াই এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে। ইলোৰা বিজ্ঞান মঞ্চই ৰাজ্যৰ বিভিন্ন স্থানত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত হ...