June 28, 2024 1:29 PM

views 26

হেমন্ত চোৰেনৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৪ দিনলৈ বৃদ্ধি

ঝাৰখণ্ডৰ ৰাঁছীৰ এখন বিশেষ ক’লাধন বৈধকৰণ প্ৰতিৰোধী আদালতে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্রী হেমন্ত চোৰেনৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৪ দিনলৈ বৃদ্ধি কৰিছে। হেমন্ত চোৰেন আৰু অন্য ১১ জন অভিযুক্তক কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিশেষ আদালতৰ সন্মুখত হাজৰিৰ কৰোৱাত ন্যায়ালয়ে এই ৰায় দিয়ে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা চোৰেন ভূমি কেলেংকাৰীৰ জৰিয়তে ক'লাধন বৈধকৰণৰ অভিযোগত ৰাঁছীৰ বীৰচা মুণ্ডা কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল। চোৰেন আৰু অন্য অভিযুক্ত কেইগৰাকীক ১১ জুলাইত পুনৰ আদালতত হাজিৰ কৰোৱা হয়। অভিযুক্ত ...