September 21, 2024 11:02 AM

views 18

উৎকট গৰমৰ বাবে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত

উৎকট গৰমে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে। আহিন মাহতো অস্বাভাৱিক হাৰত গ্রীষ্ম প্ৰৱাহ বৃদ্ধি পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি কালিৰ দিনটোত ৰাজ্যৰ তাপমাত্রা সর্বোচ্চ ৩৮ ডিগ্রী চেলচিয়াছ পর্যন্ত ঊর্ধমুখী হৈছিল। কেন্দ্ৰটোৱে আজিৰ দিনটোতো ৰাজ্যৰ ভিন্ন প্ৰান্তত তাপমাত্ৰা অধিক বৃদ্ধি পাব বুলি আগলি বতৰা দিয়াৰ লগতে আগন্তুক তিনি-চাৰি দিনলৈ ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা নাই বুলিও তথ্য প্ৰকাশ কৰিছে। আজিৰ দিনটোত তাপমাত্র ৩৮ৰ পৰা ৩৯ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পোৱাৰ লগতে ৪৭ ডিগ্রী পর্যন্ত অনুভ...