July 6, 2025 8:00 PM
13
কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ নতুন দিল্লীত ১২শতকৈও অধিক নাৰ্ছিং বিষয়াক নিযুক্তি পত্ৰ বিতৰণ
কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত ১২শতকৈও অধিক নাৰ্ছিং বিষয়াক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাও উপস্থিত থাকে। অনুষ্ঠানত সমবেত লোকক সম্বোধন কৰি শ্ৰীনাড্ডাই কয় যে দেশৰ স্বাস্থ্য নীতিয়ে সম্প্ৰতি জনসাধাৰণক চিকিৎসা প্ৰদান কৰাৰ পূৰ্বেই ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কয় যে দেশৰ স্বাস্থ্য খণ্ড সম্প্রতি সৰ্বাত্মক হৈ উঠাৰ লগতে এই খণ্ডই চিকিৎসা প্রদান কৰাৰ উপৰি পুনৰ্বাসনৰো ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্রী আয়ুষ্মান ভ...