April 27, 2025 8:14 PM April 27, 2025 8:14 PM
14
কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত দেশে প্রভূত অগ্ৰগতি লাভ কৰিছেঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডা
কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত দেশে প্রভূত অগ্ৰগতি লাভ কৰিছে। কৰ্কট ৰোগ শীঘ্ৰে ধৰা পেলোৱা আৰু দেশৰ বিভিন্ন অংশত কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্ৰ স্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ বাবেই এই পৰিৱৰ্তন দেখা গৈছে। আজি মহাৰাষ্ট্ৰৰ ছত্ৰপতি চন্তাজি নগৰৰ চৰকাৰী কৰ্কট চিকিৎসালয়ত শেহতীয়া সুবিধাযুক্ত ট্রু বীম ইউনিট মুকলি তথা কৰ্কট প্ৰতিষ্ঠানখনৰ সম্প্ৰসাৰিত খণ্ডৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই এইকথা প্ৰকাশ কৰে। দ্যা লানচেট নামৰ এখন চিকিৎসা আলোচনীয়ে দাঙি ধৰা তথ্যৰ...