July 30, 2025 12:39 PM
13
উৰিয়ামঘাটত উচ্ছেদ অভিযান সাময়িকভাৱে বন্ধৰ নির্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান সাময়িকভাৱে বন্ধ ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ দিছে। ন্যায়াধীশ এছ কে মেধিৰ আদালতে কালি উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি ৭ আগষ্ট পর্যন্ত উচ্ছেদ অভিযান নচলাবলৈ নিৰ্দেশ কৰে। উল্লেখযোগ্য যে এই অভিযান সন্দৰ্ভত ৭৪ জন লোকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই নিৰ্দেশ দিয়াৰ লগতে সমগ্ৰ বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা মতামত বিচাৰে। উল্লেখযোগ্য যে এই উচ্ছেদক লৈ কেইবাখনো গাঁৱৰ ৰা...