July 9, 2024 12:24 PM

views 17

জম্মু-কাশ্মীৰত লেন্সনায়ক প্ৰদীপ নেইন শ্বহীদ হোৱা ঘটনাত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিঙৰ গভীৰ শোক প্ৰকাশ

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিঙে জম্মু-কাশ্মীৰৰ কুলগাঁৱৰ জিন্দ জিলাৰ জাজনৱালা গাঁৱত লেন্সনায়ক প্ৰদীপ নেইন শ্বহীদ হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে কয় যে, চৰকাৰৰ নীতি অনুসৰি শ্বহীদগৰাকীৰ পৰিয়াললৈ এক কোটি টকাৰ এককালীন সাহায্য তথা এগৰাকী সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব।