August 24, 2024 12:17 PM August 24, 2024 12:17 PM
15
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্যমন্ত্ৰী হর্ষ মালহোত্রাৰ দৰং জিলা ভ্ৰমণ
প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে আৰু প্ৰতি ৩ মাহৰ মূৰে মূৰে তেওঁৰ মন্ত্ৰীসভাৰ একোজন মন্ত্ৰীক উত্তৰ-পূৰ্বাঞ্চলৰ জিলা বিশেষকৈ পিছপৰা জিলাসমূহ ভ্ৰমণ কৰি উন্নয়নমূল কাম-কাজৰ অগ্ৰগতিৰ বুজি ল'বলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী হর্ষ মালহোত্রাই কালি দৰং জিলাত উপস্থিত হৈ এই মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে কেইবাটাও কাৰ্যসূচীত ভাগ...