December 7, 2025 8:13 PM

views 17

বিজ্ঞানীসকলৰ উদ্ভাৱণসমূহৰ দ্বাৰা সমাজৰ প্ৰান্তীয় লোকসকলেও যাতে ইয়াৰ সুবিধা উপভোগ কৰিব পাৰে তাক নিশ্চিত কৰিবলৈ হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়াব সিং ছাইনীৰ আহ্বান

হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়াব সিং ছাইনীয়ে বিজ্ঞানীসকলক তেওঁলোকৰ উদ্ভাৱণসমূহ পৰীক্ষাগাৰৰ পৰা বাহিৰলৈ নি সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ লোকসকলেও যাতে ইয়াৰ সুবিধা উপভোগ কৰিব পাৰে তাক নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। পঞ্চকুলাত একাদশ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ দ্বিতীয় দিনাৰ অধিৱেশনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয়, যে বিজ্ঞানীসকলৰ জ্ঞানে যেতিয়া কৃষকৰ শস্য উৎপাদন বৃদ্ধি কৰে, তেওঁলোকৰ গৱেষণাই যেতিয়া ৰোগীৰ ৰোগ নিৰাময় কৰে আৰু উদ্ভাৱনে যেতিয়া উদ্যোগীসকলক সবল কৰে তেতিয়াই বিজ্ঞানে মানৱ সমাজ...

August 5, 2024 12:17 PM

views 15

হাৰিয়ানাৰ সকলো শস্য ন্যূনতম সমর্থন মূল্যত ক্রয় কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনীয়ে ৰাজ্যখনৰ সকলো শস্য ন্যূনতম সমর্থন মূল্যত ক্রয় কৰাৰ কথা ঘোষণা কৰিছে। কুৰুক্ষেত্ৰত বিজেপিৰ বিজয় শংখনাদ ৰেলীত ভাষণ দি তেওঁ কয় যে, চৰকাৰে বৰ্তমান ন্যূনতম সমর্থন মূল্যত ১৪ বিধ শস্য ক্রয় কৰিছে। ৰাজ্য চৰকাৰে ১৩৩ কোটি টকা ব্যয় সাপেক্ষ আবিয়ানা নামেৰে পৰিচিত বিশেষ জলসিঞ্চনৰ বাবেও ৰেহাইৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে, ইয়াৰ দ্বাৰা কৃষকসকলে বছৰি ৫৪ কোটি টকা লাভান্বিত হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ২০২৩ চনৰ পূৰ্বে প্ৰাকৃতিক দুৰ্...