December 19, 2024 8:34 PM

views 21

ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ খাৰিজ

ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ আজি খাৰিজ কৰিছে। বিৰোধী দলসমূহে জগদীপ ধনখড়ৰ বিৰুদ্ধে বৈসম্যমূলক আচৰণ কৰাৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল। উপ-সভাপতি হৰিবংশে এই কাৰ্যক অসন্মানজনক, অধিক দ্ৰুতিপূর্ণ, খৰখেদাকৈ লোৱা সিদ্ধান্ত আৰু ৰাজ্যসভাৰ সভাপতিগৰাকীৰ সন্মান হানি কৰাৰ চেষ্টা কৰা বুলি অভিহিত কৰিছিল। তেওঁ লগতে এই কার্য সাংবিধানক প্রতিষ্ঠান ধ্বংস কৰাৰ অভিপ্ৰায় বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, ৰাজ্যসভাৰ সভাপতিগৰাকীক পদৰ পৰা অপ...

November 29, 2024 9:05 PM

views 30

দেশৰ উন্নয়নত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদে আগবঢ়োৱা অৱদানৰ সন্দৰ্ভত আলোকপাত ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশৰ

ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশে দেশৰ উন্নয়নত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদে আগবঢ়োৱা অৱদানৰ সন্দৰ্ভত আলোকপাত কৰিছে৷ তেওঁ সমাজৰ কল্যাণৰ বাবে ৰাজেন্দ্ৰ প্ৰসাদে তেওঁৰ সমগ্ৰ যাত্ৰাত সন্মুখীন হোৱা প্ৰত্যাহ্বান সমূহৰ কথা উল্লেখ কৰে৷ ৰাজ্যসভাৰ উপ সভাপতি গৰাকীয়ে আকাশবাণীৰ উদ্যোগত আজি নতুন দিল্লীত ড° ৰাজেন্দ্ৰ প্ৰসাদ সোঁৱৰণী বক্তৃতাত তেওঁৰ ভাষণত এই কথা কয়। ড° ৰাজেন্দ্ৰ প্ৰসাদৰ অৱদান আৰু জীৱনৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ সন্দৰ্ভতো তেওঁ গুৰুত্ব আৰোপ কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্য...