August 13, 2025 8:10 PM
9
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যজুৰি হৰ ঘৰ তিৰংগা কাৰ্যসূচী
যোৱা ২ আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্য চৰকাৰৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ত্ৰিৰংগ সমলয় কাৰ্যসূচী, সমদল আদিৰ আয়োজন কৰিছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ত্ৰিৰংগ সমলয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্রেক্ষাগৃহত আজি বিয়লি অনুষ্ঠিত কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহ...