August 13, 2025 8:10 PM
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যজুৰি হৰ ঘৰ তিৰংগা কাৰ্যসূচী
যোৱা ২ আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্য চৰকাৰৰ ...