August 9, 2024 12:00 PM

views 15

দেশজুৰি আজিৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযান

নাগৰিকসকলৰ হৃদয়ত দেশৰ প্ৰেমৰ অনুভূতি জগাই তোলাৰ উদ্দেশ্যে আজিৰ পৰা ১৫ আগষ্টলৈ দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান চলোৱা হ'ব। নতুন দিল্লীত কালি এখন সংবাদমেলক সম্বোধন কৰি সাংস্কৃতিক আৰু পর্যটন মন্ত্রী গজেন্দ্র সিং শেখাৱটে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্ফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে, স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ২০২২ চনত হৰ ঘৰ তিৰংগা আৰম্ভ কৰা হৈছিল। তেওঁ কয় যে, যোৱা বছৰ ১০ কোটিতকৈ অধিক...