November 6, 2025 2:41 PM

views 41

ইজৰাইলৰ সেনা বাহিনীয়ে হামাছ সন্ত্ৰাসবাদীক নির্মূল কৰিব

■ ইজৰাইলৰ সেনা বাহিনীয়ে হামাছ সন্ত্ৰাসবাদী নির্মূল আৰু গাজাৰ ইজৰাইলৰ নিয়ন্ত্ৰণত থকা অঞ্চলসমূহত থকা সুৰংগ ধ্বংস কৰি যাব বুলি দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাজে প্ৰকাশ কৰিছে। ৰাফাত বন্দী কৰি ৰখা হামাছৰ সন্ত্ৰাসবাদীক গাজা ষ্ট্ৰীপলৈ ঘূৰাই পঠোৱাৰ বাবে আমেৰিকাই ইজৰাইলক আহ্বান জনোৱা বুলি তথ্য প্ৰকাশৰ মাজতে কালি কাজে এই মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে ইজৰাইলৰ উদ্দেশ্য হৈছে – হামাছক নিৰস্ত্ৰ কৰি গাজাক সেনামুক্ত কৰা আৰু পণবন্দীসকলৰ মৃতদেহ উদ্ধাৰ কৰা। ৰাফাৰ সুৰংগসমূহৰ ভিতৰত এতিয়াও হাম...

March 21, 2025 10:24 AM

views 23

ইজৰাইলৰ টেল আভিভ চহৰত হামাছৰ ৰকেট নিক্ষেপ

ইজৰাইলে গাজাত পুনৰ সামৰিক অভিযান আৰম্ভ কৰাৰ পাছত প্ৰথম প্ৰত্যাক্ৰমণৰূপে হামাছে টেল আভিভ চহৰত ৰকেট নিক্ষেপ কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা অনুসৰি এটা ৰকেট প্ৰতিহত হোৱাৰ বিপৰীতে বাকী দুটা জনবসতিহীন এলেকাত বিস্ফোৰিত হয়। ইফালে গাজাৰ হামাছ পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি মাজনিশাৰ পৰা ইজৰাইলে আকাশী পথেৰে কৰা আক্ৰমণত পেলেষ্টাইনৰ কমেও ৮৫ জন লোক নিহত হৈছে। শেহতীয়া আক্ৰমণত ১৩৩ জন লোক আহত হোৱা বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। ইজৰাইলৰ স্থল বাহিনীয়ে জানুৱাৰী মাহৰ যুদ্ধবিৰতিৰ পাছত য...