May 15, 2024 8:12 PM

views 16

কাইলৈ উত্তৰ-পূবৰ হজযাত্ৰীৰ এইবাৰৰ প্ৰথমটো দল মক্কা অভিমুখে যাত্ৰা

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা অসম তথা উত্তৰ-পূবৰ হজযাত্ৰীৰ এইবাৰৰ প্ৰথমটো দল কাইলৈ মক্কা অভিমুখে যাত্ৰা কৰিব। আজি সন্ধিয়া গুৱাহাটী হাজি মুছাফিৰখানাত উত্তৰ-পূবৰ হজযাত্রীসকলক বিদায় সম্ভাষণ জনোৱাৰ বাবে এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত গুৱাহাটীত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিন, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। উল্লেখযোগ্য যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা এইবাৰ ৩ হাজাৰ ৭০...