May 6, 2024 12:24 PM May 6, 2024 12:24 PM
15
মণিপুৰত ধুমুহা-শিলাবৃষ্টিৰ বিধ্বংসী ৰূপঃ সা-সম্পত্তিৰ ক্ষতিসাধনৰ লগতে বহু লোক গৃহহীন
♦ মণিপুৰত কালি বিয়লি অহা ধুমুহা-শিলাবৃষ্টিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ঘৰ-দুৱাৰ আৰু সা-সম্পত্তিৰ ক্ষতিসাধন হোৱাৰ লগতে বহু লোক গৃহহীন হৈ পৰে বুলি জানিব পৰা গৈছে। বিষ্ণুপুৰ, নোনী, পূৱ ইম্ফল, পশ্চিম ইম্ফল, আৰু থৌবাল জিলাৰ বিভিন্ন অঞ্চল ধুমুহা-বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে৷ মণিপুৰৰ ৰাজ্যিক পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন সঞ্চালকালয়ৰ তথ্য অনুসৰি, টামেংলং জিলাত দেওবাৰে হোৱা শিলবৰষুণৰ সৰ্বাধিক পৰিমাণ আছিল ২১.৬ মিলিমিটাৰ। ইম্ফল চহৰত সৃষ্টি হোৱা কৃত্রিম বানপানীৰ ফলত স্বাভাৱিক যাতা...