July 19, 2025 9:50 PM
হায়দৰাবাদত অহা ৩ৰ পৰা ১০ আগষ্টলৈ দ্বিতীয় মহিলা কাবাডী বিশ্বকাপ
হায়দৰাবাদৰ গাচিবৌলী ইনড'ৰ ষ্টেডিয়ামত অহা ৩ আগষ্টৰ পৰা ১০ আগষ্টলৈ দ্বিতীয় মহিলা কাবাডী বিশ্বকাপ অনুষ্ঠিত হ'ব। ২০০৫ চনত এছিয়ান কাবাডী চেম্পিয়নশ্বিপৰ পাছত হায়দৰাবাদে প্ৰথমবাৰৰ বাবে ...