December 21, 2025 7:57 PM

views 16

বিটিচিৰ মুৰববী হাগ্রামা মহিলাৰীৰ কোকৰাঝাৰ জিলাৰ মচুৱাঘাটত গৌৰাংগ নদীৰ ওপৰত দলঙৰ আধাৰশিলা স্থাপন

বিটিচিৰ মুৰববী হাগ্রামা মহিলাৰীয়ে কোকৰাঝাৰ জিলাৰ মচুৱাঘাটত গৌৰাংগ নদীৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন কৰে। এই দলংখনে জিলাখনৰ মাছপাৰা আৰু হেকাৰপাৰা দোৰামাৰী অঞ্চলক সংযোগ কৰিব। ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই দলংখন অহা এক-ডেৰ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। শ্রীমহিলাৰীয়ে দলঙৰ আধাৰশিলা স্থাপন কৰি অঞ্চলটোৰ লোকসকলৰ দীর্ঘদিনীয়া দাবী পূৰণ কৰিবলৈ পাই আনন্দ প্রকাশ কৰে। বিটিচিৰ মুৰববীগৰাকীয়ে লগতে অহা ১০ৰ পৰা ১৫ জানুৱাৰীৰ ভিতৰত বিটিআৰৰ যোগ্য পৰিয়ালসমূহৰ মাজত ভূমি পট্টা বিতৰণ কৰা হ'...