January 18, 2026 10:58 AM
9
২০০৩ চনত স্বাক্ষৰিত বড়ো চুক্তি আৰু ২০২০ চনত সম্পাদিত বড়ো শান্তি চুক্তিৰ কিছু অংশ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি বি টি চি মুৰববী হাগ্ৰামী মহিলাৰীৰ প্ৰকাশ
২০০৩ চনত স্বাক্ষৰিত বড়ো চুক্তি আৰু ২০২০ চনত সম্পাদিত বড়ো শান্তি চুক্তিৰ কিছু অংশ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি বি টি চি মুৰববী হাগ্ৰামী মহিলাৰীয়ে প্ৰকাশ কৰিছে। বাগৰুম্বা দহৌত অংশগ্ৰহণ কৰি শ্ৰীমহিলাৰীয়ে কালি এইদৰে মন্তব্য কৰে। ২০০৩ চনত অটল বিহাৰী বাজপেয়ীৰ দিনত বড়ো চুক্তি আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০২০ চনত বড়ো শান্তি চুক্তি সম্পাদিত হোৱা বুলি বিটিচিৰ মুৰববীগৰাকীয়ে কয়, যে বড়ো লোকসকলে বিজেপি চৰকাৰে দেখুওৱা মৰম কেতিয়াও পাহৰিব নোৱাৰে। বিজেপি চৰকাৰে লোৱা পদক্ষেপৰ বাবেই...