April 30, 2025 12:29 PM
হাফলঙত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ মাজৰ সংঘৰ্ষত এন এছ চি এনৰ ৩ জন সদস্যৰ মৃত্যু
ডিমা হাচাও জিলাৰ হাফলঙত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন এন এছ চি এনৰ তিনিজন সদস্যৰ মৃত্যু হয়। অসম আৰক্ষীৰ মুখ্য কার্যালয়ে প্ৰকাশ কৰা বিবৃত...