April 28, 2025 9:17 PM
দেশত পোষ্ট অফিচৰ জৰিয়তে কিতাপ আৰু অধ্যয়নৰ সামগ্ৰী পঠিওৱাৰ সুবিধাৰে ‘জ্ঞান পোষ্ট’ শীৰ্ষক সেৱা মুকলি
কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্দিয়াই আজি সমগ্ৰ দেশতে পোষ্ট অফিচৰ জৰিয়তে কিতাপ আৰু অধ্যয়নৰ সামগ্ৰী পঠিওৱাৰ সুবিধাৰে জ্ঞান পোষ্ট শীৰ্ষক এবিধ সেৱা মুকলি কৰে। নতুন দিল্লী...