November 18, 2025 7:56 PM

views 23

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত অনুষ্ঠিত আলোচনা চক্র আৰু বক্তৃতা অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্দৰ্ভত আলোচনা চক্র আৰু বক্তৃতা অনুষ্ঠানৰ আজি সামৰণি পৰে। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শৈলেন ভৰালীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰে। সাহিত্যিকগৰাকীয়ে সতীর্থ সমাজৰ সুন্দৰৰ...