July 29, 2024 1:03 PM

views 16

ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য হিচাপে নিযুক্তি

গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য নিযুক্তি দিয়া হৈছে। ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ, ধনপতি ডেকাক ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আৰু মানবেন্দ্ৰ দত্ত চৌধুৰীক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য হিচাপে নিযুক্তি দিয়া হৈছে। ২০ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্যজনৰ কাৰ্যকাল অন্ত পৰাৰ পাছতে ড০ ননীগোপাল মহন্তই কাৰ্যভাৰ গ্ৰহণ কৰিব। ড০ মহন্তই ২০২১ চনৰ পৰা চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈ ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা হিচাপে কাৰ্যনিৰ্ব...