October 7, 2024 9:11 PM

views 8

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটা ছাত্রাৱাস খালী কৰিবলৈ দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ

গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই বিশ্ববিদ্যালয়ৰ দুটা ছাত্রাৱাস খালী কৰিবলৈ দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে। নির্বাচনকেন্দ্ৰিক সংঘাতৰ পাছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰ চি চি ১ নম্বৰ আৰু ২ নম্বৰ ছাত্ৰাৱাস খালী কৰিবলৈ নিৰ্দেশ দিছিল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই নিৰ্দেশনাৰ পাছতে আৱাসীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। শিক্ষাৰ্থীসকলৰ প্ৰতিবাদৰ পাছতে কৰ্তৃপক্ষই পূৰ্বে দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰে। ইপিনে, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত সৃষ্টি হোৱা নিৰ্বাচনকেন্দ্ৰিক সংঘাত সন্দৰ্ভত মুখ্যমন্ত্রী হিমন...