July 13, 2025 1:40 PM

views 21

গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত প্রথম গুৱাহাটী শিশু মহোৎসৱত যোগাসন, নাট, মূকাভিনয়, নৃত্যৰ কৰ্মশালা

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত প্রথম গুৱাহাটী শিশু মহোৎসৱৰ কালি তৃতীয় দিনাৰ কাৰ্যসূচী আৰতি হাজৰিকাৰ যোগাসন প্রশিক্ষণেৰে মুকলি কৰা হয়। অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক ৰবিজিতা গগৈ, নাট্য শিল্পী, ৰাজীৱ কুমাৰ সাউদ আৰু সোনম দেৱীয়ে নাট কর্মশালাত প্রশিক্ষণ দিয়ে। বিশিষ্ট মুকাভিনয় শিল্পী মইনুল হকে মুকাভিনয় আৰু দেৱকান্ত হাজৰিকা আৰু দিগন্ত হাজৰিকাই সুকুমাৰ কলাৰ কৰ্মশালাৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। যশস্বী নৃত্য পৰিচালক কমল নাথ ...