January 22, 2025 12:24 PM

views 20

গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্রামত অনুষ্ঠিত শিল্পগ্রাম মহোৎসৱৰ সামৰণি

কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰ্যালয়ৰ উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত যোৱা ১৭ জানুৱাৰীৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্রামত অনুষ্ঠিত শিল্পগ্রাম মহোৎসৱৰ কালি সামৰণি পৰে। কালি সামৰণী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ অংশ হিচাপে কালাৰ্ছ অব্ ইণ্ডিয়া শীৰ্ষক বাৰে ৰহণীয়া লোক পৰম্পৰাগত নৃত্য-গীতৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে মহোৎসৱৰ পাঁচোটা দিনৰ কাৰ্যসূচীত পৰম্পৰাগত আৰু শাস্ত্রীয় সংগীত-নৃত্যৰ সমাহাৰ হয়। এই অনুষ্ঠানত অসমৰ লগতে উত্তৰ- পূবৰ আটাইকেইখ...