November 9, 2024 11:05 AM

views 29

গুৱাহাটীত গোৰ্খা সম্প্ৰদায়ৰ অন্যতম নেতা বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত চৰকাৰৰ

ৰাজ্য চৰকাৰে অসমৰ গোৰ্খা সম্প্ৰদায়ৰ অন্যতম নেতা বাবু ছবিলাল উপাধ্যায়ৰ সন্মানার্থে গুৱাহাটী মহানগৰীৰ কোনো গুৰুত্বপূৰ্ণ স্থানত তেওঁৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী উন্নয়ন প্ৰাধিকৰণ জি এম ডি এৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ লিখা এখন পত্ৰত এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক প্ৰতিমূৰ্তি স্থাপনৰ বাবে উপযুক্ত স্থান নিৰ্বাচন কৰাৰ লগতে স্বাধীনতা সংগ্ৰামীগৰাকীৰ পৰিয়ালৰ সৈতে আলোচনা কৰি তেওঁলোকৰ ধাৰণা তথা ...