April 29, 2025 11:09 AM

views 15

দ্বাদশ ছিনিয়ৰ নেচনেল ৰাগবী ছেভেন এছ চেম্পিয়নশ্বিপৰ সামৰণী অনুষ্ঠান; ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত দ্বাদশ ছিনিয়ৰ নেচনেল ৰাগবী ছেভেন এছ চেম্পিয়নশ্বিপৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই প্ৰতিযোগিতাক কেৱল এটা ক্রীড়া কাৰ্যসূচী নহয়, বৰং যুৱ শক্তি, অনুশাসন, নিষ্ঠা আৰু দলীয় কৰ্মৰ সাৰ্থক নিদর্শন বুলি অভিহিত কৰে। ৰাজ্যপালগৰাকীয়ে ক্ৰীড়াৰ সৰ্বাত্মক প্ৰভাৱ আৰু মূল্য সম্পৰ্কে নিজৰ ভাষণত উল্লেখ কৰে। ৰাগবীৰ দৰে খেলসমূহে খেলুৱৈৰ মনত কৌশলগত চিন্তা-চৰ্চা, দলগত সমন্বয় আৰু অধ্...