July 2, 2025 2:13 PM
পঞ্জীয়ন অবিহনে ৰে’লৰ ই-টিকট বিক্ৰীৰ অভিযোগত অৰুণ কুমাৰ ঠাকুৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ
ৰে’ল সুৰক্ষা বাহিনীয়ে পঞ্জীয়ন অবিহনে ৰে'লৰ ই-টিকট বিক্ৰী কৰাৰ অভিযোগত অৰুণ কুমাৰ ঠাকুৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। একাংশ যাত্ৰীৰ অভিযোগৰ ভিত্তিত ৰে'ল আৰক্ষীয়ে চানমাৰিৰ গান্ধীবস্তি...