March 16, 2025 1:11 PM March 16, 2025 1:11 PM
2
গুৱাহাটীৰ শিল্পগ্ৰামত একাংশ সাংবাদিক তথা সংবাদকৰ্মীৰ গান্ধাৰীৰ অভিশাপ নামৰ ভাওনা পৰিৱেশন
গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু উত্তৰ-পূব ক্ষেত্র সাংস্কৃতিক কেন্দ্র অর্থাৎ NEZCC ৰ সহযোগত কালি গুৱাহাটীৰ শিল্পগ্ৰামত মহানগৰীৰ বিভিন্ন সংবাদ মাধ্যমত কৰ্মৰত একাংশ সাংবাদিকে গান্ধাৰীৰ অভিশাপ নামৰ ভাওনা এখনি পৰিৱেশন কৰে। অসমীয়া ভাষাত পৰিৱেশিত এই ভাওনাখনিৰ উদ্বোধনী অনুষ্ঠানত সংগীত-নাটক একাডেমী বঁটাৰে সন্মানিত বিশিষ্ট নৃত্য শিল্পী শাৰদী শইকীয়া, গোবিন্দ শইকীয়া বৰবায়ন, ৰঞ্জুমণি শইকীয়া, বিশিষ্ট অভিনেত্রী চেতনা দাস, অসম চলচ্চিত্ৰ উন্নয়ন আৰু বিত্ত নিগমৰ উপাধ্যক্ষ আলেখ্য বৰুৱা, জ্যেষ্ঠ সাংবাদিক ...