August 6, 2025 8:06 PM
গুৱাহাটী মহানগৰ আৰক্ষীৰ উদ্যোগত আমচাঙত মত বিনিময় কার্যসূচী
গুৱাহাটী মহানগৰ আৰক্ষীৰ উদ্যোগত আজি আমচাঙত বাল্য বিবাহ প্ৰতিৰোধ, পকছ' আইন, শিশু আৰু কিশোৰ অপৰাধ আইন বিষয়ক মত বিনিময় কার্যসূচী অনুষ্ঠিত হয়। আমচাং চাহ বাগিচা আদর্শ হাইস্কুল কৰ্তৃপক্ষৰ সহ...