January 1, 2025 9:11 PM
গুৱাহাটীৰ পল্টন বজাৰৰ ৰে’ল ষ্টেচনৰ সমীপৰ জি এছ ৰোডত অত্যাধুনিক পদপথ সেতু উদ্বোধন
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনা পুৱাৰ ভাগতে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ৰে'ল ষ্টেচনৰ সমীপৰ জি এছ ৰোডৰ ওপৰত প্ৰায় ১৬ কোটি ৬৭ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা...