January 7, 2026 8:49 PM

views 12

গুৱাহাটীত কাইলৈৰ পৰা দুদিনীয়াকৈ বস্ত্ৰমন্ত্ৰীসকলৰ সন্মিলন

গুৱাহাটীত কাইলৈৰ পৰা দুদিনীয়াকৈ বস্ত্ৰ মন্ত্ৰীসকলৰ সন্মিলন অনুষ্ঠিত হ'ব। এই দুদিনীয়া সন্মিলনখনে নতুন নীতি, বিনিয়োগ, বহনক্ষমতা, ৰপ্তানি, আন্তঃগাঁথনিৰ বিকাশ আৰু বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত প্ৰযুক্তিগতভাৱে কৰিব পৰা উন্নয়নৰ দিশসমূহ সামৰি ল'ব। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে ২০৩০ চনৰ ভিতৰত ভাৰতে বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত গোলকীয়ভাৱে সুকীয়া পৰিচয় গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি কাম কৰিবলৈ বিচাৰিছে। ইয়াৰ সৈতে সংলগ্ন বিভিন্ন দিশ অর্থাৎ ৰপ্তানি, নিয়োগৰ সুবিধা প্ৰদান আদিকো সামৰি লোৱাৰ চ...