June 3, 2024 8:00 PM June 3, 2024 8:00 PM

views 11

যোৱানিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ দুটাকৈ স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত

গুৱাহাটী মহানগৰীৰ দুটাকৈ স্থানত যোৱানিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। পাণ্ডুৰ গ্ৰাম্য নগৰত এটি পৰিয়ালৰ ঘৰৰ গার্ডৱাল খহি পথ বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ৬ জনকৈ লোকক উদ্ধাৰ কৰে। মহানহৰীৰ খাৰঘুলিটো আন এক ভূমিস্খলনৰ ঘটনা সংঘটিত দয়। ইপিনে অনিল নগৰ, নবীন নগৰ, হাতীগাঁৱকে ধৰি কেইবাটাও অঞ্চলত কৃত্রিম বানৰ সৃষ্টি হয়। আনহাতে ধাৰাষাৰ বৰষুণৰ ফলত তিনিচুকীয়াতো কৃত্রিম বানৰ সৃষ্টি হৈছে। তিনিচুকীয়া নগৰৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে কেইবাটা...