February 8, 2025 8:31 PM
গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱত আলোচনা-চক্ৰ
গুৱাহাটীৰ জ্যোতি চিত্ৰবনত চলি থকা গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা A NEW LANDSCAPE OF INDIAN CONTENPORARY INDIE CINEMA : A CRICTIC OF NEW FILM MAKERS & NEW CHALLANGES শীর্ষক এখন আলোচনা চক্র অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত পৰিচাল...