February 8, 2025 8:31 PM February 8, 2025 8:31 PM

views 5

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱত আলোচনা-চক্ৰ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত চলি থকা গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা A NEW LANDSCAPE OF INDIAN CONTENPORARY INDIE CINEMA : A CRICTIC OF NEW FILM MAKERS & NEW CHALLANGES শীর্ষক এখন আলোচনা চক্র অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত পৰিচালক আৰফাজ আয়ুব, শ্রুতিস্মৃতি চাংকাকতি, অভিলাস শৰ্মাৰ লগতে ভালেসংখ্যক চলচ্চিত্রপ্রেমী উপস্থিত থাকে। আলোচনা চক্ৰৰ আঁত ধৰে চলচ্চিত্ৰ সমালোচক প্রাঞ্জল বৰাই৷  এই চলচ্চিত্ৰ মহোৎসৱত দেশী-বিদেশী ভালেকেইখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ৰুদ্ৰ বৰুৱা প্ৰ...