April 8, 2025 8:57 PM April 8, 2025 8:57 PM

views 5

ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই ৩জন অধিবক্তাৰ বিৰুদ্ধে তৰা ফৌজদাৰী মানহানি গোচৰৰ ৰায় সংৰক্ষণ

ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই তিনিজন অধিবক্তাৰ বিৰুদ্ধে তৰা ফৌজদাৰী মানহানি গোচৰৰ ৰায় আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে সংৰক্ষিত ৰাখিছে। দীর্ঘসময় ধৰি চলা শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে এই ৰায় সংৰক্ষিত ৰাখে ।