March 24, 2025 8:10 PM
গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰং মহললৈ স্থানান্তৰৰ বিৰোধিতাৰে উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনৰ অৱস্থান ধৰ্মঘট
গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰং মহললৈ স্থানান্তৰৰ বিৰোধিতা কৰি আজি উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েছনে ন্যায়ালয়ৰ পুৰণি ভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে। অলপতে অনুষ্ঠিত স...