February 9, 2025 8:50 PM February 9, 2025 8:50 PM
8
গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱত কেইবাখনো চলচ্চিত্ৰৰ প্ৰদৰ্শনৰ লগতে আলোচনা চক্র অনুষ্ঠিত
গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱত আজি কেইবাখনো চলচ্চিত্ৰৰ প্ৰদৰ্শনৰ লগতে আলোচনা চক্রও অনুষ্ঠিত হয়। মহোৎসৱত আজি Teach Me, Second Chance, The Light within, Bahadur The Brave আদি কেইবাখনো চিনেমা প্রদর্শিত হয়। পুৱা অনুষ্ঠিত এখন আলোচনাচক্রত চলচ্চিত্ৰ পৰিচালক অ'নিৰ উপস্থিত থাকে। এই আলোচনাচক্ৰখনৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক মৃনাল তালুকদাৰে। দুপৰীয়া Young and Cinema: The Changing face of storytelling শীৰ্ষক আলোচনাচক্ৰখনৰ আঁত ধৰে অপৰাজিতা পুজাৰীয়ে। সন্ধিয়া পৰিচালক ইম...