October 23, 2024 11:33 AM

views 38

ভাৰত-চীনৰ মাজত ভাল প্রতিবেশীৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলি আশা প্রকাশ এণ্টনিঅ’ গুটেৰেছৰ

ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটেৰেছে সীমান্তত উত্তেজনা হ্ৰাস কৰাৰ বাবে ভাৰত আৰু চীনৰ মাজৰ সীমান্ত এলেকাত তহল ব্যৱস্থা সন্দৰ্ভত অলপতে চুক্তি সম্পাদিত হোৱাৰ পাছত দেশ দুখনৰ মাজত ভাল প্রতিবেশীৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব বুলি আশা প্রকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ দৈনিক প্ৰেছ বিবৃতিৰ সময়ত শ্রীগুটেৰেছে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক উন্নত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি যিকোনো ইতিবাচক পৰিৱৰ্তনৰ প্ৰতি আদৰণি জনায়। শ্ৰীগুটেৰেছে ব্ৰিকছ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ কথা আছে। ইয়াৰ পূৰ্বে ভাৰতৰ বিদেশ সচিব বিক্রম মিশ্...