November 15, 2024 11:46 AM

views 17

দেশত আজি ধৰ্মীয় ৰীতি-নীতি, উৎসাহ-উদ্দীপনাৰে গুৰু নানক জয়ন্তী পালন

সমগ্ৰ দেশত আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে গুৰু নানক জয়ন্তী বা গুৰুপৰব পালন কৰা হৈছে। শিখ ধৰ্মৰ ভেঁটি স্থাপন কৰা প্ৰথম শিখগুৰু গুৰু নানক দেৱজীৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। এই বছৰ গুৰু নানক দেৱৰ ৫৫৫ সংখ্যক জয়ন্তী পালন কৰা হৈছে। এই দিনটোত বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা শিখ ধৰ্মাৱলম্বী লোকসকলে বিশেষ প্রার্থনা জনায়। গুৰু নানক জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বাৰ্তা যোগে ...