June 3, 2025 1:42 PM
আনুষ্ঠানিকভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ গৌৰৱ গগৈৰ
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত গগৈয়ে বিদায়ী সভাপতি ভূপেন বৰাৰ পৰা আনুষ্ঠানি...